এ কাঞ্চি নেপালী মৰমতে জোকালি
কাঞ্চি নহয় কুমাৰী লিখো গুৰুং উপাধি
সাঁচতীয়া মনৰ কথা তোকেনো ক'বলৈ
म तिमीलाई माया गर्छु कसरी बुझाउनु
म तिमीलाई माया गर्छु कसरी बुझाउनु
ভালপোৱা সিঁচি দিলি ফাগুনৰে
পলাশী ৰং সানি দিলি কলিজাতে
তোৰেনো হ’বলৈ মনে যায় ক’বলৈ আহি গোপনে
म तिमीलाई माया गर्छु कसरी बुझाउनु
म तिमीलाई माया गर्छु कसरी बुझाउनु
সপিলো সঁচায়ে তোক মোৰ কাজলী হিয়া
জনম জনমলে হ’ম তোৰ আজলী প্ৰিয়া
সাঁচতীয়া মনৰ কথা তোকেনো ক'বলৈ
म तिमीलाई माया गर्छु कसरी बुझाउनु
म तिमीलाई माया गर्छु कसरी बुझाउनु